caninecaning

canine tooth (English) [ IPA: ˈkeɪˌnaɪn ˈtuːθ ASM: কেনাইন টুথ]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-01-04
1. Anatomy(Material Noun-Neuter) A long, pointed tooth of animals/men used for biting and tearing flesh. কামুৰিবলৈ আৰু মাংস ফালিবলৈ ব্যৱহাৰ কৰা জন্তুৰ দীঘল, জোঙা দাঁত। মানুহৰো কুকুৰ দাঁত থাকে।